Translate

Monday, October 10, 2011

This time it is War /এইবাৰ সমুখ সমৰ! IE vs Chrome

এইবাৰ সমুখ সমৰ! অবিশ্বাস্য, নহয়নে! যোৱা ৩০ ছেপ্টেম্বৰত কি কাণ্ড হ’ল পঢ়ক -

Microsoft Security Essentials removing Google Chrome!

মই বিশ্বাস কৰোঁ এয়া হোজা ব্যৱহাৰকাৰী সকলক ভীতিগ্ৰস্ত কৰি তোলাৰ ঘৃণ্য কৌশল৷ তেওঁলোকে (মাইক্ৰছফ্ট্) চাগে ভবাই নাছিল ব্যৱহাৰকাৰী সকলে এনেকৈ প্ৰতিক্ৰিয়া কৰিব বুলি৷হয়তো, বিনামূলীয়াকৈ পোৱা সঁজুলী এপদ, ট্ৰজান সংক্ৰমণৰ অজুহাতত হেৰুৱাবলগীয়াত ইমান হৈ-চৈ কিয়, যত মাইক্ৰছফ্টৰ বিকল্প সাজু হৈয়েই আছে???

কিয়? মাইক্ৰছফ্টে বৰং এই প্ৰশ্নটোৰ ওপৰতেই গৱেষণা কৰক৷ এনেকুৱাওতো হ’ব পাৰে, যে ব্যৱহাৰকাৰী সকলে ট্ৰজানতকৈও মাইক্ৰছফ্টক বেছি ভয় খায়!

English Version:

This time it is War! Can you believe it? Read what happened on last 30 sept -

Microsoft Security Essentials removing Google Chrome!

I believe it is a nasty scare tactics played with unsuspecting users. They (Microsoft) perhaps thought user’s won’t react this way. After all, why bother if you lose a free tool, apparently infected with Trojan, when you have its Microsoft alternative???

Why? I rather advise Microsoft to research over this. May be Microsoft bothered people more than Trojans!